ಅರ್ಥ : বেলাৰুচৰ নিবাসী
							ಉದಾಹರಣೆ : 
							সেই বেলাৰুচিয়ানজনে নিজৰ দেশৰ বিষয়ে বহুখিনি কৈছিল
							
ಸಮಾನಾರ್ಥಕ : বেলাৰুচ-বাসী, বেলাৰুচবাসী
ಅರ್ಥ : বেলাৰুচৰ লোকসকলৰ ভাষা
							ಉದಾಹರಣೆ : 
							বেলাৰুচত বেলাৰুচিয়ানৰ বাহিৰেও ৰাছিয়ানো কয়
							
ಸಮಾನಾರ್ಥಕ : বেলাৰুচিয়ান ভাষা
ಅರ್ಥ : বেলাৰুচৰ বা বেলাৰুচ সম্বন্ধী
							ಉದಾಹರಣೆ : 
							তেওঁ ্বেলাৰুচিয়ান সংস্কৃতিৰ বিষয়ে জানিবলৈ বিচাৰিছে
							
ಅರ್ಥ : বেলাৰুচিয়ান ভাষাৰ বা বেলাৰুচিয়ান ভাষা সম্বন্ধী
							ಉದಾಹರಣೆ : 
							লিখকসকলৰ মাজত সেই বেলাৰুচিয়ান লিখনিটোৰ বহুত চর্চা হৈছিল