ಅರ್ಥ : ভূটানৰ অধিবাসী
							ಉದಾಹರಣೆ : 
							ভালেমান ভূটীয়া মোৰ ভাল বন্ধু
							
ಸಮಾನಾರ್ಥಕ : ভূটান বাসী, ভূটানবাসী, ভূটীয়া
ಅರ್ಥ : ভূটান দেশৰ ভাষা
							ಉದಾಹರಣೆ : 
							ৰমেশে অলপ অচৰপ ভূটানী কʼব পাৰে
							
ಅರ್ಥ : ভূটানী ভাষাৰ সৈতে সম্বন্ধ থকা বা ভূটানী ভাষাৰ
							ಉದಾಹರಣೆ : 
							তেওঁ ভূটানী কিতাপৰ সংগ্রহালয় বিচাৰি আছে
							
ಅರ್ಥ : ভূটান বা ভূটানৰ সৈতে সম্বন্ধ থকা
							ಉದಾಹರಣೆ : 
							মোহনে ভূটানী সংস্কৃতিৰ বিষয়ে জানিবলৈ বিচাৰে