ಅರ್ಥ : যিজনে কোনো বস্তু আদিৰ সংগ্রহ কৰে
							ಉದಾಹರಣೆ : 
							দুর্লভ বস্তু আদিৰ সংগ্রহ কৰিবৰ কাৰণে সংগ্রহকাৰীসকলে বহু কষ্ট কৰিবলগীয়া হয়
							
ಸಮಾನಾರ್ಥಕ : সংগ্রহকাৰী
ಅರ್ಥ : সংগ্রহ কৰোঁতা
							ಉದಾಹರಣೆ : 
							বিষয়াবর্গই শস্য সংগ্রহকাৰী বেপাৰীৰ গোদাম ঘৰৰ তালাচী চলালে
							
ಸಮಾನಾರ್ಥಕ : সংগ্রহকাৰী