ಅರ್ಥ : যিটো মুদ্রা লিখন যন্ত্রৰে লিখা বা মুদ্রিত কৰা হৈছে
							ಉದಾಹರಣೆ : 
							টাইপ কৰা পত্রখন এবাৰ আপুনি পঢ়ি লওক
							
ಸಮಾನಾರ್ಥಕ : টাইপ কৰা
ಅರ್ಥ : যাৰ মুদ্রণ কৰা হৈছে
							ಉದಾಹರಣೆ : 
							এই কিতাপখন চৰকাৰী ছপাশালত মুদ্রিত
							
ಅರ್ಥ : যʼত মুদ্রা বা মোহৰ লগোৱা হৈছে
							ಉದಾಹರಣೆ : 
							বিষয়াজনে টাইপত মুদ্রিত কাগজৰ ওপৰত চহী কৰিলে
							
ಸಮಾನಾರ್ಥಕ : মুদ্রাংকিত, মুদ্রাঙ্কিত