ಅರ್ಥ : গণিতত যুক্ত বা সংযোগ কৰা চিহ্ন
							ಉದಾಹರಣೆ : 
							এই অংকৰ প্রশ্নটোত যোগ চিনৰ বিপৰীতে বিয়োগ চিন দিছে
							
ಸಮಾನಾರ್ಥಕ : যোগ চিন
ಅರ್ಥ : একতকৈ অধিক সংখ্যা লগ লগোৱা কার্য
							ಉದಾಹರಣೆ : 
							মুঠ অংকটোৰ যোগ কিমান হʼল ?
							
ಅರ್ಥ : যোগশাস্ত্রত নির্দেশিত ইন্দ্রিয়ক দমন কৰিব পৰা কর্ম
							ಉದಾಹರಣೆ : 
							তেওঁ প্রতিদিন যোগসাধনা কৰে
							
ಸಮಾನಾರ್ಥಕ : যোগসাধনা