ಅರ್ಥ : উদ্ভিদ আদিত ফল-ফুল লগা কার্য্য
							ಉದಾಹರಣೆ : 
							এই বছৰ আম গছত সোনকালে মল লাগিছে
							
ಅರ್ಥ : কার্য আদিত ৰত হোৱা
							ಉದಾಹರಣೆ : 
							ৰত্নাই দিনটো মিঠাই বনোৱাত লাগি আছে
							
ಸಮಾನಾರ್ಥಕ : ব্যস্ত হোৱা, লাগি থকা
ಅರ್ಥ : কোনো সঠিক ঠাইত গৈ উপনীত হোৱা
							ಉದಾಹರಣೆ : 
							নাওখন নদীৰ পাৰত গৈ লাগিল
							
ಅರ್ಥ : অনুমানতকৈ বেছি প্রয়োজন হোৱা
							ಉದಾಹರಣೆ : 
							এই কামটোত বহুত টকা লাগিছে
							
ಅರ್ಥ : কোনো কামত দৃঢ়তাৰে লাগি থকা
							ಉದಾಹರಣೆ : 
							বিবাহ ওচৰ চপাৰ লগে-লগে পৰিয়ালবর্গই প্রস্তুতিত পূর্ণোদ্যমে লাগি গʼল
							
ಸಮಾನಾರ್ಥಕ : লাগি যোৱা
ಅರ್ಥ : কাৰোবাক আঘাত দিয়া
							ಉದಾಹರಣೆ : 
							তেওঁ ্মোক পেনৰ নিব লগালে
							
ಅರ್ಥ : আঘাত বা কষ্ট পোৱা
							ಉದಾಹರಣೆ : 
							তেওঁৰ ্ কথাই মোক বৰকৈ আঘাত কৰিলে  খুঁটিটোত মোৰ ভৰিখন বৰ জোৰেৰে লাগিল
							
ಸಮಾನಾರ್ಥಕ : আঘাত কৰা
ಅರ್ಥ : সম্বন্ধত কিবা হোৱা
							ಉದಾಹರಣೆ : 
							মনোজদেৱ সম্বন্ধত মোৰ খুৰা লাগে
							
ಅರ್ಥ : উদ্ভিদৰ শিপাই মাটিত খামুচি ধৰা
							ಉದಾಹರಣೆ : 
							বাগিছাত ৰোপন কৰা দহজোপাৰ উদ্ভিদৰ ভিতৰত সাতজোপা লাগিছে
							
ಅರ್ಥ : কোনো ভাব অৱস্থা আদিৰ উৎপন্ন হোৱা
							ಉದಾಹರಣೆ : 
							আজিৰ ৰসজ্ঞ কবি সন্মিলনত বৰ আনন্দ লাগিল