ಅರ್ಥ : জিভাৰ গুৰিফালে থকা লালটি ওলোৱা গ্রন্থি
							ಉದಾಹರಣೆ : 
							টনচিল বাঢ়ি যোৱাৰ কাৰণে মই খোৱাত বৰ অসুবিধা পাইছোঁ
							
ಸಮಾನಾರ್ಥಕ : টনচিল
ಅರ್ಥ : মুখত পোৱা যি গ্রন্থিৰ পৰা লালটি ওলায়
							ಉದಾಹರಣೆ : 
							মুখত তিনিযোৰ লালটি গ্রন্থি পোৱা যায়