ಅರ್ಥ : শুই থকা কাৰোবাক অন্য কোনো ঠাইলৈ নি শুৱাই দিয়া
							ಉದಾಹರಣೆ : 
							মাকে কোলাত শুই থকা কেঁচুৱাটোক বিছনাত শুৱালে
							
ಸಮಾನಾರ್ಥಕ : শুওৱা
ಅರ್ಥ : আনক শোৱা কার্যত প্রবৃত্ত কৰা
							ಉದಾಹರಣೆ : 
							ডাক্তৰে ৰোগীক পৰীক্ষা কৰাৰ কাৰণে বিচনাত শুৱাই দিলে