ಅರ್ಥ : সমাপ্ত হোৱাৰ ভাব বা কার্য
						 
						 
					
							ಉದಾಹರಣೆ : 
							মহাত্মা গান্ধীৰ দেহাৱসানৰ লগে লগে এটা যুগৰ অন্ত পৰিল
							
					
							ಸಮಾನಾರ್ಥಕ : 
							অন্ত, অৱধি, অৱসান, ইতি, উপসংহাৰ, ওৰ, খতম, নিঃশেষ, নিষ্পত্তি, নিষ্পাদন, পতন, পৰিসমাপ্তি, যতি, যৱনিকা, শেষ, শেহ, সমাধা, সমাপন, সমাপ্তি, সম্পূর্ণ, সাং