ಅರ್ಥ : কোনো বস্তু, অধিকাৰ আদিৰ ভাল ধৰণে কৰা ব্যৱহাৰ
							ಉದಾಹರಣೆ : 
							আমি সময়ৰ সদব্যৱহাৰ কৰিব লাগে
							
ಅರ್ಥ : যি ব্যৱহাৰত ভাল ভাব থাকে
							ಉದಾಹರಣೆ : 
							আমি সকলোৰে লগত সদব্যৱহাৰ কৰিব লাগে  সদ্ ব্যৱহাৰে মানুহৰ মৰম বঢ়ায়
							
ಸಮಾನಾರ್ಥಕ : ভাল ব্যৱহাৰ, সদাচাৰ, সদাচৰণ, সদ্ব্যৱহাৰ, সাধুতা, সুব্যৱহাৰ, সৎব্যৱহাৰ সদ্ ব্যৱহাৰ