ಅರ್ಥ : সিংহল দ্বীপৰ অধিবাসী
							ಉದಾಹರಣೆ : 
							সিংহলী আৰু তামিল দুয়োপক্ষই শ্রীলংকাৰ সমস্যাৰ শীঘ্রে সমাধান হোৱাটো বিচাৰে
							
ಸಮಾನಾರ್ಥಕ : শ্রীলংকা বাসী, শ্রীলংকা-বাসী, শ্রীলংকাবাসী, সিংহল
ಅರ್ಥ : সিংহল দ্বীপৰ ভাষা
							ಉದಾಹರಣೆ : 
							শ্রীলংকাত সিংহলী তথা তামিল দুয়োটা ভাষাৰ প্রচলন আছে
							
ಅರ್ಥ : পালি, সিংহলী আদি ভাষা লিখা লিপি
							ಉದಾಹರಣೆ : 
							তেওঁ সিংহলীত লিখা শ্্ব্দবোৰ পঢ়িবলৈ চেষ্টা কৰি আছে
							
ಸಮಾನಾರ್ಥಕ : সিংহলী লিপি
ಅರ್ಥ : সিংহল দ্বীপ বা সিংহল দ্বীপৰ সৈতে সম্বন্ধ থকা
							ಉದಾಹರಣೆ : 
							সিংহলী সমস্যাই দেশৰ বিকাশত বাধা-প্রদান কৰি আছে
							
ಸಮಾನಾರ್ಥಕ : শ্রীলংকান
ಅರ್ಥ : সিংহল দ্বীপত থকা
							ಉದಾಹರಣೆ : 
							বোমা বিস্ফোৰণত ভালেমান সিংহলী সৈন্য নিহত হʼল
							
ಅರ್ಥ : সিংহলী ভাষা সম্বন্ধীয় বা সিংহলী ভাষাৰ
							ಉದಾಹರಣೆ : 
							মই সিংহলী সাহিত্য পঢ়িবলৈ ভাল পাওঁ