ಅರ್ಥ : নিজৰ লাভৰ বাবে সদায় উপযুক্ত সুযোগৰ অপেক্ষাত থকা ব্যক্তি
							ಉದಾಹರಣೆ : 
							আজিকালি সুবিধাবাদীসকলৰহে সন্মান আছে
							
ಸಮಾನಾರ್ಥಕ : সুযোগ-সন্ধানী
ಅರ್ಥ : সুবিধাবাদ সম্বন্ধীয়
							ಉದಾಹರಣೆ : 
							সুবিধাবাদী ব্যক্তিয়েহে উন্নতি কৰে
							
ಅರ್ಥ : যিয়ে নিজৰ লাভালাভৰ কাৰণে সদায় উপযুক্ত সুযোগৰ অপেক্ষাত থাকে
							ಉದಾಹರಣೆ : 
							সুবিধাবাদী ব্যক্তি বিশ্বাসৰ পাত্র নহয়