ಅರ್ಥ : গাত হাত বুলাই দিয়া কাৰ্য বা এক অৱস্থা
							ಉದಾಹರಣೆ : 
							হাত বুলোৱাৰ কাৰণে লʼৰাটো শুই গʼল
							
ಅರ್ಥ : কোনো বস্তু বা শৰীৰৰ অংগ আদিৰ ওপৰত লাহে-লাহে হাত ফুৰাই দিয়া কার্য
							ಉದಾಹರಣೆ : 
							মাকে মৰমতে লʼৰা-ছোৱালীৰ গালত হাত বুলাইছে