ಅರ್ಥ : দুর্বল আৰু নির্দোষী লোকক আমনি বা অত্যাচাৰ কৰাৰ বাবে তেওঁলোকে মনত পোৱা কষ্ট
							ಉದಾಹರಣೆ : 
							নির্দোষী প্রজাৰ হুমুনিয়াহেই অত্যাচাৰী ৰজাৰ বিনাশৰ কাৰণ হʼল
							
ಅರ್ಥ : দুখত বা উদাস হৈ থাকিলে লোৱা ঠাণ্ডা শ্বাস
							ಉದಾಹರಣೆ : 
							ৰামুৱে হুমুনিয়াহ কাঢ়িলে আৰু ৰামৰ কাহিনী কʼবলৈ ধৰিলে
							
ಸಮಾನಾರ್ಥಕ : হা-হুমুনিয়াহ