ಅರ್ಥ : যিজন ব্যক্তিয়ে ৰক্ষা কৰে
							ಉದಾಹರಣೆ : 
							দেশৰ ৰক্ষকে নিজৰ প্রাণৰ কথা চিন্তা নকৰি সীমান্তত পহৰা দি থাকে
							
ಸಮಾನಾರ್ಥಕ : আৰক্ষক, ৰক্ষা কর্তা, ৰখীয়া
ಅರ್ಥ : যিজনে কাৰোবাক মুক্ত কৰাত সহায় কৰে বা কাৰোবাৰ কষ্ট আদি দূৰ কৰে
							ಉದಾಹರಣೆ : 
							আধুনিক সমাজত কিছুমান লোকে ত্রাণকর্তা হোৱাৰ ভাও ধৰে
							
ಸಮಾನಾರ್ಥಕ : উদ্ধাৰকাৰী, ত্রাণকর্তা
ಅರ್ಥ : ৰক্ষা কৰোঁতা
							ಉದಾಹರಣೆ : 
							মন্ত্রীৰ দেহৰক্ষী সন্ত্রাসবাদীৰ বলি হʼল
							
ಸಮಾನಾರ್ಥಕ : দেহৰক্ষী, ৰক্ষাকর্তা