ಅರ್ಥ : কোনো বস্তুৰ ৰাসায়নিক প্রয়োগ সম্পর্কে বিচাৰ-বিশ্লেষণ কৰা ঠাই
							ಉದಾಹರಣೆ : 
							আমাৰ বিদ্যালয়ত ভালেমান ৰসায়নাগাৰ আছে, যʼত সদায় কিবা নহয় কিবা বস্তুৰ পৰীক্ষা চলিয়েই থাকে
							
ಸಮಾನಾರ್ಥಕ : প্রয়োগশালা, লেব, লেবৰেটৰী
ಅರ್ಥ : কোনো পদার্থৰ ্ৰাসায়নিক তত্ত্বৰ গঠন সম্পর্কে পৰীক্ষা-নিৰীক্ষা কৰা স্থান
							ಉದಾಹರಣೆ : 
							মহাবিদ্যালয়ত ৰসায়নাগাৰ থাকে
							
ಸಮಾನಾರ್ಥಕ : ৰসায়নশালা