ಅರ್ಥ : সংস্কৃতত লিখা যিখন গ্রন্থত ৰামৰ চৰিত্রৰ বিস্তৃত বিৱৰণ আছে
							ಉದಾಹರಣೆ : 
							ৰামায়ণ আদি কবি বাল্মীকিৰ দ্বাৰা ৰচিত
							
ಸಮಾನಾರ್ಥಕ : বাল্মীকি ৰামায়ণ
ಅರ್ಥ : কোনো বিষয়ৰ লগত সম্বন্ধ নথকা অনাৱশ্যকীয় বৃত্তান্ত
							ಉದಾಹರಣೆ : 
							এতিয়া আপুনি নিজৰ ৰামায়ণ বন্ধ কৰক
							
ಅರ್ಥ : ৰামৰ চৰিত্রৰ ্বর্ণ্্না থকা তুলসীদাসে অৱধীত ৰচনা কৰা গ্রন্থ
							ಉದಾಹರಣೆ : 
							এই মন্দিৰত ৰামচৰিত মানসৰ পাঠ চলি আছে
							
ಸಮಾನಾರ್ಥಕ : ৰামচৰিত মানস, ৰামচৰিতমানস