ಅರ್ಥ : চিত্রৰ ৰূপৰেখা তৈয়াৰ কৰাৰ কাৰণে ৰেখা অংকন কৰা কার্য
							ಉದಾಹರಣೆ : 
							প্রথমতে এই চিত্রৰ ৰেখাংকন কৰা আৰু তাৰ পিছত ৰং কৰা
							
ಸಮಾನಾರ್ಥಕ : ৰেখাংকন
ಅರ್ಥ : ৰেখাৰে তৈয়াৰ কৰা কোনো বস্তুৰ চিত্র
							ಉದಾಹರಣೆ : 
							শ্যামৰ ৰেখা-চিত্রখন বৰ ধুনীয়া হৈছে
							
ಸಮಾನಾರ್ಥಕ : ৰেখা-চিত্র, ৰেখাংকন
ಅರ್ಥ : সীমা নি্র্ধাৰিত কৰিবৰ কাৰণে ৰেখা টনা কার্য
							ಉದಾಹರಣೆ : 
							শ্যামে খেলিবৰ কাৰণে খেলপথাৰৰ ৰেখাংকন কৰি আছে
							
ಸಮಾನಾರ್ಥಕ : ৰেখাংকন