ಅರ್ಥ : কোনো কাম কৰাবলৈ বা কোনো বস্তু কিনিবলৈ নিশ্চিত বন্দোৱস্তৰ আগতে দিয়া পাৰিশ্রমিক, মূল্য আদিৰ অংশ
							ಉದಾಹರಣೆ : 
							তেওঁ ্ সামগ্রীখিনি কিনিবৰ কাৰণে দোকানীক আগধন দিলে
							
ಸಮಾನಾರ್ಥಕ : অগ্রিম মূল্য, আগধন, এডভানচ্ দাদন, বইনা
ಅರ್ಥ : যি আগফালৰ বা সন্মুখ ফালৰ
							ಉದಾಹರಣೆ : 
							এই বাহনখনৰ অগ্রভাগ ভাঙিল
							
ಸಮಾನಾರ್ಥಕ : অগ্র, আগমুৱা, আগলি, আগৰ, পূর্ব, সন্মুখস্থ, সন্মুখৰ, সন্মুখৱর্তী, ্অগ্রৱর্তী