ಅರ್ಥ : বিদ্যাৰ অভাৱ
							ಉದಾಹರಣೆ : 
							আপুনি বিদ্যা অর্জন কৰি নিজৰ অজ্ঞতা দূৰ কৰিব পাৰে
							
ಸಮಾನಾರ್ಥಕ : অজ্ঞতা, অবিজ্ঞতা, জ্ঞানহীনতা
ಅರ್ಥ : জীৱৰ আত্মাক গুণ আৰু গুণৰ কার্যৰ ্পৰা পৃথক বুলি নভবা অবিবেক
							ಉದಾಹರಣೆ : 
							অজ্ঞানতাই সকলো দুখৰ কাৰণ
							
ಅರ್ಥ : জ্ঞান নোহোৱা অৱস্থা বা ভাব
							ಉದಾಹರಣೆ : 
							প্রকৃত গুৰুৱে অজ্ঞানতা দূৰ কৰি মানুহক জ্ঞানৰূপী পোহৰৰ সন্ধান দিয়ে
							
ಸಮಾನಾರ್ಥಕ : অজ্ঞতা, অন্ধকাৰ, জ্ঞানহীনতা, মূঢ়তা
ಅರ್ಥ : অবোধ হোৱাৰ অৱস্থা বা ভাব
							ಉದಾಹರಣೆ : 
							অবোধতাৰ কাৰণে বহুতো লʼৰা-ছোৱালীয়ে নকৰিবলগীয়া কামো কৰি পেলায়
							
ಸಮಾನಾರ್ಥಕ : অবোধতা