ಅರ್ಥ : কোনো বস্তু, স্বামীত্ব আদিৰ অনুচিত বা বেয়া ধৰণে কৰা ব্যৱহাৰ
							ಉದಾಹರಣೆ : 
							আমি নিজৰ অধিকাৰৰ অপব্যৱহাৰ কৰা অনুচিত
							
ಅರ್ಥ : অনুচিতভাৱে কাৰোবাৰ ধনসম্পত্তি কামত লগোৱা কার্য
							ಉದಾಹರಣೆ : 
							অপব্যৱহাৰো এক ধৰণৰ পাপ
							
ಸಮಾನಾರ್ಥಕ : অপপ্রয়োগ
ಅರ್ಥ : অনাহক আৰু অধিক খৰচ
							ಉದಾಹರಣೆ : 
							অপব্যয়ৰ পৰা আঁতৰি থাকিব লাগে
							
ಸಮಾನಾರ್ಥಕ : অতিখৰচী, অপচয়, অপপ্রয়োগ, অপব্যয়, আধানার্জ্জি