ಅರ್ಥ : কাৰোবাক পলুৱাই লৈ যোৱা ব্যক্তি
							ಉದಾಹರಣೆ : 
							পুলিচে অপহৰণকাৰীক বিচাৰি তালাচী চলাই আছে
							
ಸಮಾನಾರ್ಥಕ : ্অপহৰণকর্তা
ಅರ್ಥ : যাৰ পেছাই লুট-পাত কৰা বা মানুহক লুটা
							ಉದಾಹರಣೆ : 
							অপহৰণকাৰীয়ে গোটেই বাছখন লুটিলে
							
ಅರ್ಥ : অপহৰণ কৰা ব্যক্তি
							ಉದಾಹರಣೆ : 
							অপহৰণকাৰীয়ে পাঁচ লাখ টকা মুক্তিপণ বিচাৰিছে
							
ಸಮಾನಾರ್ಥಕ : অপহৰণ-কর্তা, ্অপহৰণকর্তা