ಅರ್ಥ : বল বা শক্তি নোহোৱা বা খুউব কম হোৱা অৱস্থা বা ভাব
							ಉದಾಹರಣೆ : 
							দুর্বলত্াৰ ্ কাৰণে মহেশ যাব নোৱাৰিলে
							
ಸಮಾನಾರ್ಥಕ : দুর্বলত্া, বলহীনতা, শক্তিহীনতা
ಅರ್ಥ : অযোগ্য হোৱা অৱস্থা বা ভাব
							ಉದಾಹರಣೆ : 
							অযোগ্যতাৰ কাৰণে তেওঁ এই পদটো নাপালে
							
ಸಮಾನಾರ್ಥಕ : অদক্ষতা, অনিপুণতা, অনুপযুক্ততা, অনুপযোগিতা, অনৈপুণ্য, অপটুতা, অযোগ্যতা