ಅರ್ಥ : যিজন ব্যক্তিৰ হাতত অস্ত্র নাই
							ಉದಾಹರಣೆ : 
							নিৰস্ত্রৰ ওপৰত প্রহাৰ কৰাটো কʼৰ ন্যায়?
							
ಸಮಾನಾರ್ಥಕ : নিৰস্ত্র
ಅರ್ಥ : হাথিয়াৰ বা অস্ত্র নোহোৱাকৈ
							ಉದಾಹರಣೆ : 
							অর্জুনে অস্ত্রহীন ্কর্ণকৰ ওপৰত প্রহাৰ কৰিলে
							
ಸಮಾನಾರ್ಥಕ : অস্ত্রবিহীন
ಅರ್ಥ : যাৰ হাতত কোনো অস্ত্র নাই
							ಉದಾಹರಣೆ : 
							যুদ্ধত অস্ত্রহীন যোদ্ধাক আঘাত কৰা অধর্ম
							
ಸಮಾನಾರ್ಥಕ : নিৰস্ত্র