ಅರ್ಥ : এঠাইৰ পৰা আন ঠাইত উপস্থিত হোৱা:সি বজাৰৰ পৰা আহিল ্ তেওঁ ্ এইমাত্র উপস্থিত হʼল
							ಉದಾಹರಣೆ : 
							
							
ಸಮಾನಾರ್ಥಕ : আগমন কৰা, উপস্থিত হোৱা, পোৱা
ಅರ್ಥ : ঋতু বা সময়ৰ শুভাৰম্ভ হোৱা
							ಉದಾಹರಣೆ : 
							বসন্তকাল আহিল
							
ಅರ್ಥ : ক্রয় কৰি কোনো বস্তু লাভ কৰা
							ಉದಾಹರಣೆ : 
							সোমবাৰে আমাৰ নতুন গাড়ী আহিব