ಅರ್ಥ : কোনো কামৰ কাৰণে নিজকে নিজে বলিদান দিয়া কার্য
							ಉದಾಹರಣೆ : 
							ভাৰতবর্ষক ্স্বাধীন কৰিবৰ কাৰণে ভালেমান নেতাই আত্মবলিদান দিবলগীয়া হৈছিল
							
ಅರ್ಥ : কোনো ভাল কামৰ বাবে বা আনৰ বাবে নিজৰ সুখ, লাভ আদি ত্যাগ কৰা কার্য ্বা ভাৱ
							ಉದಾಹರಣೆ : 
							দধিচীয়ে দেৱ কল্যাণৰ বাবে আত্মত্যাগ কৰি মৃত্যুক আঁকোৱালি লʼলে
							
ಸಮಾನಾರ್ಥಕ : আত্মত্যাগ