ಅರ್ಥ : ঘৰ বনোৱাৰ সময়ত ঘৰৰ যিটো মূল ভাগ দেৱালৰ দৃঢ়তাৰ বাবে মাটি খান্দি তাৰ পৰা ইটা গাঁথি বনোৱা হয়
							ಉದಾಹರಣೆ : 
							আধাৰ মজবুত হʼলেহে বহু মহলাৰ ইমাৰত সাজিব পাৰি
							
ಅರ್ಥ : কোনো কথাৰ স্পষ্টীকৰণৰ বাবে আৱশ্যক হোৱা অন্তর্নিহিত মূল পূর্বানুমান
							ಉದಾಹರಣೆ : 
							আপুনি মোক কি আধাৰত এনেদৰে কৈছে