ಅರ್ಥ : সঞ্চালিত বা আন্দোলিত কৰা এক অৱস্থা
							ಉದಾಹರಣೆ : 
							চৰকাৰে কুঁহিয়াৰৰ মিলটো বন্ধ কৰাৰ আদেশ জাৰি কৰাৰ লগে-লগে খেতিয়কসকল আন্দোলনত নামি পৰিল
							
ಸಮಾನಾರ್ಥಕ : বিক্ষোভ
ಅರ್ಥ : এক লোকসমষ্টিয়ে কোনো বিশেষ বা সাধাৰণ লক্ষ্যপ্রাপ্তিৰ কাৰণে একেলগে যত্নৱান হোৱা
							ಉದಾಹರಣೆ : 
							এই আন্দোলনত ব্যক্তিস্বার্থক লৈ ্ কোনো বুজা-পৰা কৰা নহʼব