ಅರ್ಥ : বিপত্তিৰ সম্ভাৱনা থকা স্থিতি
							ಉದಾಹರಣೆ : 
							তেওঁ নিজৰ জীৱন বিপদত পেলাই ডুবিবলৈ লোৱা শিশুটোক বচালে
							
ಸಮಾನಾರ್ಥಕ : অথন্তৰ, আপদ-বিপদ, আফত, আলৈ-আথানি, আলৈ-আহুকাল, আলৈ-বিপদ, আলৈ-বিলৈ, জংকট, নিদান, পয়মাল, পৰাঠ, বিঘিনি, বিপত্তি, বিপদ, বিপদ-আপদ, বিপদ-বিঘিনি, বিপাক, বিলাই, বিলাই-বিপত্তি, বেফাই, মস্কিল, সংকট, হস্কিল-মস্কিল, ্আসোঁৱাহ-বিসোঁৱাহ্
ಅರ್ಥ : অকস্মাৎ অহা অনাকাংক্ষিত বিপদ
							ಉದಾಹರಣೆ : 
							উৰাজাহাজৰ ইঞ্জিন বন্ধ হোৱাৰ লগে লগে আকস্মিক বিপদ সৃষ্টি হʼল
							
ಸಮಾನಾರ್ಥಕ : আকস্মিক বিপদ, আপৎ, ইমাৰজেন্সী