ಅರ್ಥ : কোনো কথা বা কার্য আদিৰ আৰম্ভণি হোৱা
							ಉದಾಹರಣೆ : 
							ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ আৰম্ভ হʼল
							
ಅರ್ಥ : কোনো কার্য আদিৰ শুভাৰম্ভণ হোৱা
							ಉದಾಹರಣೆ : 
							আমাৰ অঞ্চলত এখন নতুন আঁচনি আৰম্ভ হৈছে
							
ಸಮಾನಾರ್ಥಕ : আৰম্ভণি হোৱা, শুৰু হোৱা, সমাৰম্ভ