ಅರ್ಥ : কাম-বন শেষ হোৱা
							ಉದಾಹರಣೆ : 
							সভাখন উঠি গʼল  বজাৰ উঠি গʼল
							
ಸಮಾನಾರ್ಥಕ : উঠি যোৱা, শেষ হোৱা, সমাপ্ত হোৱা
ಅರ್ಥ : হিচাপত অহা বা সোমোৱা এক অৱস্থা
							ಉದಾಹರಣೆ : 
							এক কিলোত মাত্র পাঁচটা আম উঠিল
							
ಅರ್ಥ : তলৰ পৰা ওপৰৰফালে যোৱা
							ಉದಾಹರಣೆ : 
							ককা-দেউতাই এতিয়াও আনন্দেৰে খটখটিত উঠিব পাৰে
							
ಸಮಾನಾರ್ಥಕ : বগোৱা
ಅರ್ಥ : ঠেং বা ভৰিত ভৰ দি শৰীৰ পোন কৰা কার্য:নেতাজীয়ে ভাষণ দিবলৈ উঠিলে
							ಉದಾಹರಣೆ : 
							
							
ಸಮಾನಾರ್ಥಕ : থিয় হোৱা
ಅರ್ಥ : প্রথমৰ পৰাই অধিক উচ্চতাত থকা এক স্থিতি
							ಉದಾಹರಣೆ : 
							পঢ়াশালিৰ ভেটি কমৰলৈকে উঠিছে
							
ಸಮಾನಾರ್ಥಕ : ওখ হোৱা
ಅರ್ಥ : কোনো চিহ্ন আদি ওলাই অহা
							ಉದಾಹರಣೆ : 
							অতিপাত গৰমৰ কাৰণে গোটেই গাতে ঘামচি উঠিছে
							
ಅರ್ಥ : গাই, মʼহ, ঘোঁৰা আদিৰ সংগমৰ ইচ্ছা জাগ্ৰত হোৱা কাৰ্য
							ಉದಾಹರಣೆ : 
							কালিৰ পৰা গাইজনী জাগিছে
							
ಸಮಾನಾರ್ಥಕ : জাগা
ಅರ್ಥ : পদ, মর্যাদা, বর্গ আদিত আগ বঢ়া
							ಉದಾಹರಣೆ : 
							নিজৰ তীক্ষ্ণ বুদ্ধিৰ কাৰণে তেওঁ একেবাৰতে পঞ্চম শ্রেণীৰ পৰা অষ্টম শ্রণীলৈ উঠিলে
							
ಅರ್ಥ : মনলৈ অহা বা ধ্যানত উদয় হোৱা
							ಉದಾಹರಣೆ : 
							মোৰ মনত এই কথাটো উঠিছে যে আজিকালি মীনা স্কুললৈ কিয় নাহে ?
							
ಅರ್ಥ : ওপৰলৈ যোৱা বা বগোৱা
							ಉದಾಹರಣೆ : 
							সূর্য ্লাহে-লাহে উঠি আছে