ಅರ್ಥ : সিজিবৰ কাৰণে জুইৰ শিখাৰ ওপৰত দিয়া
							ಉದಾಹರಣೆ : 
							ভাত ৰান্ধিবৰ কাৰণে তেওঁ কুকাৰটো চৌকাৰ ওপৰত উঠালে
							
ಅರ್ಥ : কিছু সময় ওপৰলৈ ধৰি থকা
							ಉದಾಹರಣೆ : 
							তেওঁ ্বোজাটো মূৰত উঠালে
							
ಅರ್ಥ : কাৰোবাক কোনো অভিমান উৎপন্ন কৰা
							ಉದಾಹರಣೆ : 
							তেওঁক বেছি নুঠাবা  ৰমেশে তোষামোদ কৰি মহেশক উঠাই দিলে
							
ಸಮಾನಾರ್ಥಕ : উঠাই দিয়া
ಅರ್ಥ : (সংগীত) স্বৰ তীব্র কৰা
							ಉದಾಹರಣೆ : 
							গুৰু মাই ভজন গোৱাৰ সময়ত নিজৰ কণ্ঠৰ স্বৰ বহুত ওপৰত তোলে
							
ಸಮಾನಾರ್ಥಕ : তোলা
ಅರ್ಥ : তলৰ পৰা ওপৰলৈ কোনো বস্তু লৈ যোৱা
							ಉದಾಹರಣೆ : 
							তেওঁ ্সদায় ৰাতিপুৱা মটৰেৰে টেংকীলৈ পানী উঠায়
							
ಅರ್ಥ : স্থান ত্যাগ কৰা
							ಉದಾಹರಣೆ : 
							তেওঁ নিজে বহিবৰ কাৰণে সোহনক চকীৰ পৰা উঠালে
							
ಅರ್ಥ : কাৰোবাক অধিক গুৰুত্ব দিয়া
							ಉದಾಹರಣೆ : 
							মায়ে সৰু ভাইটিক বহুত উঠাই ৰাখিছে
							
ಅರ್ಥ : উঠাৰ কাম অন্যৰ দ্বাৰা কৰোৱা
							ಉದಾಹರಣೆ : 
							দেউতাই মোক ঝুলনাত উঠালে
							
ಅರ್ಥ : কোনো যান বা বাহনৰ ওপৰত বহাত প্রবৃত্ত হোৱা
							ಉದಾಹರಣೆ : 
							চালকজনে লʼৰাটোক ঘোঁৰাত  বহুৱালে
							
ಸಮಾನಾರ್ಥಕ : বহুওৱা
ಅರ್ಥ : উঠিবলৈ প্ৰবৃত্ত কৰা
							ಉದಾಹರಣೆ : 
							চাকৰণীজনীয়ে দুৰ্বল ককাদেউতাক বিছনাত উঠাই দিলে
							
ಸಮಾನಾರ್ಥಕ : উঠাই দিয়া
ಅರ್ಥ : বহী, কাগজ আদিত লিখা
							ಉದಾಹರಣೆ : 
							মহাজনে বনুৱাজনক টকা দি নিজৰ খাটা-বহীত উঠাই থʼলে
							
ಸಮಾನಾರ್ಥಕ : উঠাই থোৱা