ಅರ್ಥ : উত্তৰকালৰ সৈতে সম্বন্ধিত
							ಉದಾಹರಣೆ : 
							তেওঁৰ ্ উত্তৰকালীন সাহিত্যত ৰুচি নাই
							
ಸಮಾನಾರ್ಥಕ : উত্তৰ কালৰ, ভাবীকালৰ
ಅರ್ಥ : ভৱিষ্যত কালত হʼবলগীয়া
							ಉದಾಹರಣೆ : 
							আমি ভৱিষ্যতকালৰ আঁচনিৰ ৰূপৰেখা প্রস্তুত কৰি লোৱা উচিত
							
ಸಮಾನಾರ್ಥಕ : অনাগত, ভাবী, ভৱিতব্য, ভৱিষ্যতকালীন, ভৱিষ্যতকালৰ