ಅರ್ಥ : উৎসাহ নোহোৱা অৱস্থা বা ভাব
							ಉದಾಹರಣೆ : 
							নিৰুৎসাহৰ কাৰণে মই এই কামটো কৰিব নোৱাৰিলোঁ
							
ಸಮಾನಾರ್ಥಕ : অনুৎসাহ, উৎসাহহীনতা, নিৰুৎসাহ
ಅರ್ಥ : উদ্যম বা পৰিশ্রমৰ অভাৱ
							ಉದಾಹರಣೆ : 
							মেচিনৰ যুগত পৰিশ্রমহীনতাৰ প্রকোপ দিনে দিনে বাঢ়ি গৈ আছে
							
ಸಮಾನಾರ್ಥಕ : অনুদ্যম, পৰিশ্রমহীনতা