ಅರ್ಥ : নিজৰ লগত নৰখা অথবা অন্য কোনো ঠাইত ৰখা বা থৈ অহা
							ಉದಾಹರಣೆ : 
							তেওঁ ্মোক মেলাতে এৰিলে
							
ಸಮಾನಾರ್ಥಕ : এৰা
ಅರ್ಥ : নিজৰ অধিকাৰ, প্রভুত্ব আদিৰ পৰা আঁতৰি অহা কার্য
							ಉದಾಹರಣೆ : 
							ৰজাই ৰাজ-সিংহাসন এৰি দিলে  মিছা আৰোপ লগোৱাৰ কাৰণে সঞ্চালকে নিজৰ পদবীৰ পৰা আঁতৰি গʼল
							
ಸಮಾನಾರ್ಥಕ : আঁতৰি যোৱা, এৰা, ত্যাগ কৰা