ಅರ್ಥ : পানীৰ ্ সোঁতত পৰি তাৰ সৈতে অনবৰতে গৈ থকা
							ಉದಾಹರಣೆ : 
							বানপানীত কিমান যে পশু উটি গৈছে
							
ಸಮಾನಾರ್ಥಕ : উটা, উটি যোৱা, উটি-ভাহি যোৱা, বৈ যোৱা, ভহা, ভাসমান হোৱা, ভাহি যোৱা
ಅರ್ಥ : পানীৰ ওপৰলৈ অহা
							ಉದಾಹರಣೆ : 
							বানপানীত ডুবি মৰা মানুহৰ মৰাশবোৰ পানীত ওপঙিছে