ಅರ್ಥ : ওপৰত থকা কোনো বস্তৰ কোনো অংশক তললৈ আধাৰহীন ভাৱে ৰখা কার্য
							ಉದಾಹರಣೆ : 
							শ্যামে ছাদৰ পৰা এডাল ৰচী ওলমাই আছে
							
ಸಮಾನಾರ್ಥಕ : ওলমাই দিয়া
ಅರ್ಥ : কোনো কাম আধৰুৱা হৈ থকা বা ৰোৱা
							ಉದಾಹರಣೆ : 
							আপোনাৰ কাৰণে মোৰ কামটো ওলমি আছে