ಅರ್ಥ : কোনো কিতাপ আদি ছপা কৰি অনা
							ಉದಾಹರಣೆ : 
							তেওঁৰ কবিতাৰ আৰু এটা নতুন সংস্কৰণ ওলাইছে
							
ಸಮಾನಾರ್ಥಕ : প্রকাশিত হোৱা
ಅರ್ಥ : কোনো পক্ষ বা দল আদিৰ পৰা পৃথক হোৱা কার্য
							ಉದಾಹರಣೆ : 
							তেওঁ কংগ্রেছৰ পৰা ওলাল
							
ಸಮಾನಾರ್ಥಕ : পৃথক হোৱা
ಅರ್ಥ : ওচৰৰ পৰা গৈ থকা বা হাতত নথকা
							ಉದಾಹರಣೆ : 
							বদ অভ্যাসৰ কাৰণে তেওঁৰ ্চাকৰিটো গুচি গʼল
							
ಸಮಾನಾರ್ಥಕ : গুচি যোৱা
ಅರ್ಥ : ফোঁহাৰ ৰূপত শৰীৰত উৎপন্ন হোৱা
							ಉದಾಹರಣೆ : 
							গৰমৰ দিনত শুভমৰ শৰীৰত ্ফোঁহা ওলায়
							
ಅರ್ಥ : হিচাপ হোৱাৰ পিছত কিছুমান ধন কাৰোবৰ জিম্মাত থাকি যোৱা
							ಉದಾಹರಣೆ : 
							আপোনাৰ পৰা মোৰ পাঁচ টকা ওলায়
							
ಅರ್ಥ : প্রচলিত হোৱা
							ಉದಾಹರಣೆ : 
							ইয়াত সদায় নতু নতুন ফেশ্বনৰ কাপোৰ ওলায়
							
ಅರ್ಥ : অনায়াসে উচ্চাৰিত হোৱা
							ಉದಾಹರಣೆ : 
							গুলী লগাৰ লগে লগে গান্ধীজীৰ মুখৰ পৰা হেʼ ৰাম ওলাল
							
ಅರ್ಥ : অন্য কোনোফালে বাঢ়ি থকা
							ಉದಾಹರಣೆ : 
							এই মেজখনৰ কোণাটো অলপ ওলাইছে
							
ಅರ್ಥ : নিজৰ উৎপত্তি স্থলৰ পৰা প্রকট হোৱা
							ಉದಾಹರಣೆ : 
							গংগা গংগোত্রীৰ পৰা ওলাইছে
							
ಸಮಾನಾರ್ಥಕ : নি্র্গত ্হোৱা