ಅರ್ಥ : কঠিন হোৱা অৱস্থা বা ভাব
							ಉದಾಹರಣೆ : 
							সাহসী লোকৰ জীৱনত কঠিনতা অহাৰ পিছতো অলপো বিচলিত নহয়
							
ಸಮಾನಾರ್ಥಕ : দুৰূহতা
ಅರ್ಥ : কোনো কাম কৰোতে বাধা পোৱা স্থিতি
							ಉದಾಹರಣೆ : 
							এনেকুৱা পৰিস্থিতিত কাম কৰিবলৈ মই অসুবিধা পাওঁ
							
ಸಮಾನಾರ್ಥಕ : অসুবিধা, কষ্টসাধ্যতা, দুৰূহতা
ಅರ್ಥ : কঠোৰ হোৱা অৱস্থা বা ভাব
							ಉದಾಹರಣೆ : 
							শুকান মাটিৰ কঠিনতা আঁত্্ৰাবৰ কাৰণে তাত পানী দিয়া