ಅರ್ಥ : বাস্তৱত নথকা কিন্তু কল্পনাৰ দ্বাৰা মূর্ত ্হোৱা বস্তু
							ಉದಾಹರಣೆ : 
							কিছুমান লোকৰ মতে ভূত এক কল্পনা কিছুমান কবিৰ কল্পনাই তেওঁলোকৰ কবিতাসমূহৰ কেন্দ্রবিন্দু
							
ಸಮಾನಾರ್ಥಕ : কল্পিত বস্তু, কাল্পনিক বস্তু
ಅರ್ಥ : কোনো নেদেখা-নুশুনা বস্তুৰ স্বৰূপ উপল্্ব্ধি কৰিব পৰা মনৰ এক প্রকাৰ ভাব বা শক্তি
							ಉದಾಹರಣೆ : 
							খনিকৰে কল্পনাৰে শিলত খোদাই কৰি মূর্তৰূপ ্ প্রদান কৰে