ಅರ್ಥ : কোনো সঁজুলি আদিত যিডাল তাৰ বা কাটাই কোনো বিশেষ পৰিমাণ, সংখ্যা, দিশ আদি নির্দেশ কৰে
							ಉದಾಹರಣೆ : 
							এই ঘড়ীটোৰ ঘন্টাৰ কাটাডাল ৰৈ গʼল
							
ಅರ್ಥ : মানুহে আহাৰ খাওতে ব্যৱহাৰ কৰা ত্রিশুলৰ নিচিনা এবিধ আহিলা
							ಉದಾಹರಣೆ : 
							কাটা, ছুৰিৰে আহাৰ খোৱাৰ ঢং সকলোৱে নাজানে
							
ಸಮಾನಾರ್ಥಕ : কাঁটা
ಅರ್ಥ : কোনো জোখ-মাখ কৰা উপকৰণত লাগি থকা দীঘল, মিহি, জোঙা অংশ, যি কোনো জোখ-মাপ দেখুৱায়
							ಉದಾಹರಣೆ : 
							কম্পাচৰ কাঁটাই উত্তৰ-দক্ষিণ সূচিত কৰিছে
							
ಸಮಾನಾರ್ಥಕ : কাঁটা