ಅರ್ಥ : মিহি বস্তু কটা বা খোঁচা যতন
							ಉದಾಹರಣೆ : 
							তেওঁ সাঁচ কটা যতনেৰে মার্বল ্পাথৰত ৰামৰ মূর্তি বনাই আছে
							
ಸಮಾನಾರ್ಥಕ : খোদাই কৰা যতন, ছাপ কটা যতন, সাঁচ কটা যতন
ಅರ್ಥ : আৰবৰ এখন দেশ
							ಉದಾಹರಣೆ : 
							কাটাৰ এখন খনিজ তেল উৎপাদক দেশ
							
ಅರ್ಥ : ইৰাণৰ নিচেই কাষত অৱস্থিত এখন উপদ্বীপ
							ಉದಾಹರಣೆ : 
							কাটাৰৰ মাটিকালি এঘাৰ হাজাৰ পাঁচশ বর্গ কিলোমিটাৰ