ಅರ್ಥ : অন্যান্য সৰু জীৱ-জন্তু ধৰা কুকুৰজাতীয় এবিধ বনৰীয়া হিংস্র জন্তু
							ಉದಾಹರಣೆ : 
							ভেৰাকেইটাই কুকুৰনেচীয়া বাঘটো দেখি ভয়তে লৰ দিলে
							
ಸಮಾನಾರ್ಥಕ : কুকুৰনেচীয়া বাঘ, চোকাটি, লকয়া
ಅರ್ಥ : কুকুৰনেচীয়া বাঘৰ মাইকী
							ಉದಾಹರಣೆ : 
							মাইকী কুকুৰনেচীয়াজনীয়ে পোৱালিক গাখীৰ খুৱাই আছে
							
ಸಮಾನಾರ್ಥಕ : মাইকী কুকুৰনেচীয়া