ಅರ್ಥ : অক্ষত যোনী কন্যা বা এনেকুৱা ছোৱালী যাৰ পুৰুষৰ সৈতে সহবাস হোৱা নাই
							ಉದಾಹರಣೆ : 
							বেশ্যালয়ত কুমাৰীৰ চাহিদা অতি বেছি
							
ಸಮಾನಾರ್ಥಕ : অক্ষতযোনি নাৰী, কন্যা
ಅರ್ಥ : অবিবাহিত স্ত্রীৰ নামৰ আগত লগোৱা এক সম্বোধন
							ಉದಾಹರಣೆ : 
							কুমাৰী প্রেমলতা আমাৰ শ্রেণীত পঢ়ে
							
ಅರ್ಥ : যি গৰাকী মহিলাৰ বিবাহ হোৱা নাই
							ಉದಾಹರಣೆ : 
							মাক-দেউতাকক অবিবাহিত মহিলাৰ বিয়াৰ চিন্তাই মনোকষ্ট দিয়ে
							
ಸಮಾನಾರ್ಥಕ : অবিবাহিত, অবিবাহিত মহিলা
ಅರ್ಥ : যি স্ত্রী ৰজস্বলা হোৱা নাই
							ಉದಾಹರಣೆ : 
							তেওঁ দুর্গা পূজা উপলক্ষে এঘাৰগৰাকী কুমাৰীক ভোজ খুৱালে
							
ಸಮಾನಾರ್ಥಕ : কুঁৱৰী