ಅರ್ಥ : মৈদাৰে তৈয়াৰ কৰা শংকু আকৃতিৰ বস্তু যʼত আইচক্রীম ভৰাই খোৱা হয়
							ಉದಾಹರಣೆ : 
							কোণ বহুত মচমচীয়া হʼলে খাই ভাল লাগে
							
ಸಮಾನಾರ್ಥಕ : আইচক্রীম কোণ
ಅರ್ಥ : দুডাল সৰল ৰেখা পৰস্পৰ লগহোৱা স্থান
							ಉದಾಹರಣೆ : 
							এই কোণটো পঞ্চল্লিশ ডিগ্রীৰ