ಅರ್ಥ : এটা এটা কৰি বা ক্রমেৰে
							ಉದಾಹರಣೆ : 
							সকলো শিশুকে ক্রমানুসৰি পলিঅʼ দৰব খুওৱা হʼল
							
ಸಮಾನಾರ್ಥಕ : অনুক্রমিকভাৱে, আনুপূর্বিকভাৱে, ক্রম অনুসৰি, ক্রমশঃ, ক্রমাগতভাৱে, ক্রমানুসাৰে, ক্রমানুসৰি, ধাৰাবাহিকভাৱে, পর্যায়ক্রমে, পর্য্যায়ক্রমে, যথাক্রমে
ಅರ್ಥ : যি ক্রম অনুসৰি আছে
							ಉದಾಹರಣೆ : 
							পৃথিৱীত জীৱৰ ক্রমাগত বিকাশ হৈছে
							
ಸಮಾನಾರ್ಥಕ : অনুক্রমিক, আনুপূর্বিক, ক্রমবদ্ধ, ক্রমাগত, ক্রমানুসাৰী, ক্রমিক
ಅರ್ಥ : ক্রমান্বয়ে অহা বা হোৱা
							ಉದಾಹರಣೆ : 
							ক্রমাগত হাৰত সেনাৰ মনোবল ভাঙি গৈছে
							
ಸಮಾನಾರ್ಥಕ : অনুক্রমিক, আনুপূর্বিক, ক্রমাগত, ক্রমানুসৰি, ক্রমিক