ಅರ್ಥ : কেৱল মন আহ্লাদিত কৰিবৰ কাৰণে কৰা কাম
							ಉದಾಹರಣೆ : 
							লʼৰা-ছোৱালীবোৰে পানীত খেলি আছে
							
ಸಮಾನಾರ್ಥಕ : আমোদ-প্রমোদ, খেল
ಅರ್ಥ : মনত আনন্দ লগাবলৈ বা ব্যায়াম আদিৰ কাৰণে কুচ-কাৱাজ, দৌৰা-ঢপৰা আদি বিভিন্ন মনোৰঞ্জক কার্য
							ಉದಾಹರಣೆ : 
							খেলত জয়-পৰাজয় থাকেই
							
ಸಮಾನಾರ್ಥಕ : খেল, খেল-ধেমালি