ಅರ್ಥ : কাৰোবাৰ প্রগতিৰ স্তৰ নিৰূপণ কৰা কার্য
							ಉದಾಹರಣೆ : 
							শ্যামে নতুন শ্রেণীত কেনেকুৱা কৰিছে
							
ಅರ್ಥ : কোনো কাম আদিত ভালদৰে নিমগ্ন হোৱা
							ಉದಾಹರಣೆ : 
							তুমি নিজৰ কাম কৰা, সফলতা নিশ্চয় এদিন আহিব
							
ಸಮಾನಾರ್ಥಕ : লাগি থকা
ಅರ್ಥ : (ত) লগোৱা বা কৰা
							ಉದಾಹರಣೆ : 
							চেষ্টা কৰা সন্ধান কৰা প্রেম কৰিবা, যুদ্ধ নহয়
							
ಅರ್ಥ : কোনো কাম আৰম্ভণিৰ পৰা সমাপ্তিৰ ফালে লৈ যোৱা
							ಉದಾಹರಣೆ : 
							এই কামটো নিষ্পত্তি কৰি লোৱা, তাৰ পিছত আন কাম কৰিবা
							
ಸಮಾನಾರ್ಥಕ : ঠিক কৰা, নিষ্পত্তি কৰা, শেষ কৰা, সম্পাদন কৰা