ಅರ್ಥ : এনে কোনো কাম যাৰ কাৰণে সন্মুখৰজন ক্রোধিত হয়
							ಉದಾಹರಣೆ : 
							তেওঁৰ ্অদৰকাৰী কথাই মোক ক্রোধিত কৰি তোলে
							
ಸಮಾನಾರ್ಥಕ : ক্রুব্ধ কৰা, ক্রোধিত কৰা
ಅರ್ಥ : কাৰোবাক আমনি দি থকা
							ಉದಾಹರಣೆ : 
							কৃষ্ণই গোপীসকলক আমনি কৰি আছিল
							
ಸಮಾನಾರ್ಥಕ : আমনি কৰা, দিগদাৰী কৰা, দিগদাৰী দিয়া