ಅರ್ಥ : গছপুলি আদি ৰুবৰ কাৰণে খেতিপথাৰ, বাগিছা আদিৰ অলপ দূৰে-দূৰে ঘূৰণীয়া কৰি সজা একধৰণৰ যতন বিশেষ
							ಉದಾಹರಣೆ : 
							খেতিয়কে অসমান পথাৰডৰাত ঘেৰা সাজি আছে
							
ಅರ್ಥ : চাৰিওফালে ৰখা বা আগুৰি লোৱা
							ಉದಾಹರಣೆ : 
							শ্যামে সিহঁতৰ বাগিচাখন কাঁইটীয়া তাঁৰেৰে ঘেৰি আছে
							
ಸಮಾನಾರ್ಥಕ : ঘেৰ দিয়া, ঘেৰি থকা, ঘেৰি লোৱা-, বেৰা